Mohan taxi service

Mohan taxi service If you wish to travel at a lost cost pocket friendly taxi services with good hospitality and with a reliable & fully comfortable. Then you can do contact us.�

30/08/2023
11/04/2023
Any rental requirements contact us 🙏We providing fully comfortable luxury serviceRegards Mohan taxi service
28/03/2023

Any rental requirements contact us 🙏

We providing fully comfortable luxury service
Regards
Mohan taxi service

Any rental requirements contact usFully comfortable, luxury and pocket friendly070864 68941 Ghana Mohan Mohan Agency Moh...
25/03/2023

Any rental requirements contact us

Fully comfortable, luxury and pocket friendly

070864 68941

Ghana Mohan
Mohan Agency
Mohan taxi service

28/02/2023

◆◆◆নাইটচুপাৰ আৰু আমি◆◆◆

নাইটচুপাৰ আৰু আমি মানে , বাছৰ ষ্টাফসকলৰ কথা কৈছোঁ। আজি দুদিনৰ আগত এখন নাইটচুপাৰ বাছৰ দুৰ্ঘটনা হৈ এজন যাত্ৰীৰ প্ৰাণ গৈছিল। হৃদয়বিদাৰক এই খবৰ।

সেই এক্সিডেন্ট হোৱা বাছৰ নিউজ সকলো নিউজ চেনেলত ওলাইছিল। আমি ৰাতিয়েই জানিছিলো। আমি আছিলোঁ ওলোটা ফালে। অন্তৰত কিহবাই খুন্দিয়াই গৈছিল। অজান এক দুঃচিন্তাই ঘেৰি ধৰিছিল।
আমাৰো জীৱন আছে, পৰিয়াল আছে, আমিও জীয়াই থাকিব বিচাৰো।
সেই নিউজবোৰত অজস্ৰ মানুহৰ ড্ৰাইভাৰ বিৰোধী মন্তব্য দেখি অতিশয় মৰ্মাহত হৈছোঁ।
ল'ক ডাউনৰ পাছত এইটো প্ৰথম ডাঙৰ দুৰ্ঘটনা। কিন্তু নাইটচুপাৰ সদায়ে ৰাতি চলি আছে, আহিছে , গৈছে। হাজাৰ হাজাৰ মানুহে অহা যোৱা কৰি আছে প্ৰতিটো ৰাতি।

এনে দুর্ঘটনাই আমাক বহু শিক্ষা দি যায়। নতুন ড্ৰাইভাৰক কেতিয়াও নাইটচুপাৰ এৰি দিব নালাগে। অন্ততঃ পাঁচ বছৰ ডাঙৰ গাড়ী চলোৱা অভিজ্ঞতা নোহোৱা ড্ৰাইভাৰক নাইটচুপাৰত কেতিয়াও ল'ব নালাগে।

-----অপৈণত ড্ৰাইভাৰ আৰু ৰাতিৰ যাত্ৰা সদায়ে বিপদজনক----

হাজাৰ যাত্ৰীৰ হাজাৰ সপোন ড্ৰাইভাৰসকলৰ ওপৰতেই থাকে। গতিকে নাইটচুপাৰৰ মালিকসকলেও খুব ভালদৰে চাই ড্ৰাইভাৰ মনোনীত কৰিব লাগে।
মালিকে নিদিলে কোনো ড্ৰাইভাৰে বাছ চলাব নোৱাৰে।
দেখি আছোঁ, প্ৰতি মাহতেই বহু নতুন বাছ অসমলৈ আহি আছে। আচৰিত কথা, তাৰ বেছিভাগ ড্ৰাইভাৰ আমি আগতে কেতিয়াও চুপাৰ চলোৱা দেখা নাই। তেন্তে ইমান নতুন ড্ৰাইভাৰ ক'ৰ পৰা আহি আছে ?

'দোষ অকল ড্ৰাইভাৰৰ নহয়, মালিকো সমানেই দায়ী এনেবোৰ এক্সিডেন্টৰ বাবে।'

সামাজিক মাধ্যম অতি সহজ এটি ঠাই হৈ পৰিছে যাৰ যি মন যায় ক'ব পাৰে। কওক, মাত মাতক কিন্তু সত্যাসত্য বিচাৰ কৰি।
আপোনালোকৰ এটা বিৰূপ মন্তব্যই নাইটচুপাৰৰ ড্ৰাইভাৰ আৰু যাত্ৰীসকলৰ মাজত গঢ়ি উঠা সম্বন্ধটো আকৌ ঠুনুকা কৰি পেলাব পাৰে।

আপোনালোকৰ মৰম, দয়া আৰু আশীৰ্বাদ নহ'লে আমি , ড্ৰাইভাৰসকলৰ জীৱন বৃথা।

----সকলো বাছৰ মালিকক আকৌ এবাৰ অনুৰোধ কৰিছোঁ, যাত্ৰীৰ জীৱন লৈ খেলা নকৰিব।---

Address

Moran
785670

Telephone

+918724024714

Website

Alerts

Be the first to know and let us send you an email when Mohan taxi service posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mohan taxi service:

Share

Category