19/09/2026
ঈশ্বৰৰ পুত্ৰ আপুনি, আপুনি অমৰ—
জুবিনদা, আপুনি যে চিৰ অমৰ।
আকৌ আহিব লাগিব দাদা, আপুনি আকৌ আহিব,
আপোনাৰ আধৰুৱা কথাবোৰ নিজেই সম্পূৰ্ণ কৰিব লাগিব।
‘শেষ’ বুলি ক’লেই জানো শেষ হৈ যায় সকলো?
ই যে মাথোঁ এক নতুন আৰম্ভণি...
হে ঈশ্বৰৰ পুত্ৰ,
আপোনালৈ যাচিলোঁ হৃদয়ভৰা অশ্ৰু,
অশেষ শ্ৰদ্ধা আৰু অফুৰন্ত মৰম।
❤🙏🕊️ 💕