25/06/2018
এবাৰ পঢ়ি লে আপোনালোকৰ ও ভাল লাগিব।
আমি যিসকল বন্ধু ,
১৯৯৯ চনৰ
আগৰ সময়চোৱাত জন্ম লৈছো,
আমাৰ ওপৰত বিশেষ আৰ্শীবাদ আছে ...
আমি আধুনিকো নহয় প্ৰাচীনো নহয় ....
আৰু এনেকুৱাও নহয় যে আধুনিকৰ জ্ঞান নাইকীয়া ......!!!
কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলো........
👍 আমি গাধৰ দৰে কিতাপৰ বোজা লৈ কোনো দিন স্কুল যাব লগীয়া হোৱা নাছিল ।
👌আমাৰ অভিভাৱকে আমাৰ পঢ়া শুনাৰ কাৰণে
নিজৰ programs আগুৱা পিছুৱা কৰা নাছিল..!
✌এখন কিতাপ ভাই ভনী সকলে একাদিক্ৰমে পঢ়ি গৈছিলোঁ ।
✌আমাৰ বেলেগ বেলেগ কৈ বিচনা নাছিল । একেখন বিচনাতে দুই তিনিজনকৈ শুইছিলো ।
✌পঢ়া টেবুলো এখনেই আছিল । তাতেই পঢ়ি আমি ডাঙৰ হৈছিলো ।
👍 স্কুল চুটীৰ পিছত আমি বহুত খেলিছিলো প্ৰকৃত বন্ধুৰ লগত ।
👍 যেতিয়াই পিয়াহ লাগিছিল দমকলৰ পানী খাব দৌৰী গৈছিলো ৪/৫ জনক লগত লৈ।
mineral water bottle কি জনা নাছিলো তেতিয়া ।একেটা গিলাছতে গোটেই বোৰে পানী খাইছিলো যদিও বেমাৰত পৰা নাছিলো ।
👍মিঠাই, টেঙা, জ্বলা, কেহা, তিতা একেলগে খাইও মৃত্যু নহ'ল আমাৰ । অসুখ হোৱাৰ অনুভৱ কৰিবই জনা নাছিলো ।
👍 খালী ভৰিৰে ঘুৰি ফুৰিও একো হোৱা নাছিল ভৰিত । ভাল চেন্দেল পিন্ধিছিলো মাত্ৰ দুৰৈত ফুৰিব গ'লে, বাকী সন্ধিয়া ভৰি ধুবলৈ ব্যৱহাৰ কৰিছিলো হাওৱাই চেন্দেল ।
👍 আমি healthy হৈ থাকিবৰ বাবে
Supplements প্ৰয়োজন নাছিল।
👍 আমি খেলা সামগ্ৰীবোৰ প্ৰায় নিজে বনোৱা আছিল । দূৰ্গা পূজাত লোৱা এটা পুতলাই সকলোৱে খেলিছিলো ।
👍 আমি সদায় Parents ৰ লগত বা আইতা -ককাৰ লগতে বেছিভাগ আছিলো ।কাৰোবাৰ ঘৰত নাম, সকাম থাকিলে ভাল পাইছিলো, কাৰণ আইতাৰ লগত যাব পাম।
👌কাপোৰ কিনিলে ৪/৫ জন সহোদৰৰ একে design ৰ হ'লে ভাল পাইছিলো আৰু একতাৰ feelings ...
enjoy কৰিছিলো....!
👍 কেতিয়াও আমি ডাক্তৰৰ ওচৰত যোৱা নাছিলো, ডাক্তৰ নিজে আহিছিল আমাৰ বেমাৰ চাবলৈ ।
👍 আমাৰ মাজত
Mobile, DVD's,
PlayStation, Xboxes, KTM, Pulsar, KP, Gandha,
PC, Internet, chatting নাচিল
মাত্ৰ আছিল সচাঁ বন্ধু আৰু এটা ৰেডিঅ'।
👍 বন্ধুৰ ঘৰলৈ যাবলৈ মন গ'লেই হ'ল, গৈ ভাত পানী খাই আহিব পাৰি ।
Call কৰি
appointment লোৱাৰ প্ৰয়োজন নাই।
👍 আমি অদ্ভুত আৰু সু-চিন্তাধাৰাৰ ব্যক্তি হওঁ, নিজৰ অভিভাৱকৰ কথা আজিও মানি চলিচো লগতে আমিয়েই প্ৰথম প্ৰজন্ম, যিয়ে সন্তানৰ মতেও চলিব শিকিছো ।তুমি/তোমাৰ ফেশ্বনক বাদ দি অাজিও ডাঙৰক অাপোনিৰ সম্বোধনেৰে সন্মান কৰি অাহিছো।
We are not special,
but.
We are
LIMITED EDITION
and we are enjoying the
Generation Gap.
বৰকৈ মনত পৰে এই সোনালী দিনবোৰৰ কথা...
🤔🤔🤔🤔🤔🤔🤔🤔
share কৰকচোন আপুনিও যদি miss কৰে...একমত হওক...আৰু page Todays Reality লাইক কৰিবলৈ নাপাহৰে যেন